Class 7 Assamese Chapter 12 Question Question Answer | Class 7 Assamese আত্মৰক্ষা | B9R4Y2
পাঠঃ ১২ আত্মৰক্ষা ক্রিয়া-কলাপ পাঠভিত্তিক ১। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। (ক) সপোন সাকাৰ কৰিবৰ বাবে কি প্রয়োজন বুলি পাঠটোত কোৱা হৈছে? উত্তৰ: সপোন সাকাৰ কৰিবৰ বাবে অধ্যৱসায় প্রয়োজন বুলি পাঠটোত কোৱা হৈছে। (খ) আত্মৰক্ষা মানে কি? উত্তৰ: বিপদৰ সময়ত বা সমস্যাৰ পৰা নিজকে সুৰক্ষিত ৰখা বা বচোৱা কাৰ্যকেই আত্মৰক্ষা বোলা হয়। (গ)