Class 7 Assamese chapter 1 গছ ভাল পোৱা ককাৰ খং | P6W8R6 | class 7 Assamese new book উন্মেষ
পাঠঃ ১ গছ ভাল পোৱা ককাৰ খং ক্রিয়া-কলাপ পাঠভিত্তিক ১। তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা— প্ৰশ্ন: “ভাল পালোঁ ৰঘুনাথ” – এই কথাষাৰ ককাই কিয় কৈছিল?উত্তৰ: (খ) ৰঘুনাথে পুতেকৰ বিয়ালৈ মতা বাবে। প্ৰশ্ন: বিয়াঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল?উত্তৰ: (খ) আমলখি গছজোপা কটা বাবে। প্ৰশ্ন: “আলহী-অতিথি যাব, ৰভা নাইকিয়া