Class 7 Assamese chapter 11 question answer | ছাতৰৰ কৰ্তব্য | F5S8J7 | class 7 assamese lesson 7
পাঠঃ ১১ ছাতৰৰ কৰ্তব্য ক্রিয়া-কলাপ পাঠভিত্তিক ১। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। (ক) শিক্ষা অৰ্জনৰ বাবে ছাতৰৰ কি কি গুণ থাকিব লাগে? উত্তৰ: শিক্ষা অৰ্জনৰ বাবে ছাতৰ-ছাত্ৰীৰ মূলতঃ অধ্যৱসায়, নিয়মীয়া পঢ়াৰ অভ্যাস, সময়ৰ সঠিক ব্যৱহাৰ, শৃংখলা, ধৈৰ্য আৰু জ্ঞান আহৰণৰ তীব্ৰ আগ্ৰহ আদি গুণসমূহ অপৰিহাৰ্যভাৱে থাকিব লাগিব। (খ) ছাত্ৰ-ছাত্ৰীয়ে মনে মনে কি হ’ম বুলি প্ৰতিজ্ঞা