Assamese

শিশু-লীলা Class 8 Assamese Chapter 15 | Class 8 Assamese Lesson 15 | L3A1X1 | Class 8 Assamese

পাঠ ১৫ শিশু-লীলা যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণ আছিল এজন অতি আচৰিত গুণসম্পন্ন শিশু। যদিও তেওঁ দেখিবলৈ এজন সাধাৰণ ল’ৰাৰ দৰে আছিল আৰু বন্ধু-বান্ধৱৰ লগত খেলা-ধূলা বা কাজিয়া কৰিছিল, আচলতে তেওঁৰ শক্তি আছিল অপাৰ। ​এদিন শ্ৰীকৃষ্ণই খেলোঁতে খেলোঁতে মুখত অলপ মাটি ভৰাইছিল। তেওঁৰ লগৰীয়াসকলে এই কথা গৈ মাক যশোদাক জনালে। যশোদাই যেতিয়া কৃষ্ণক মুখখন মেলিবলৈ ক’লে, তেতিয়া

শিশু-লীলা Class 8 Assamese Chapter 15 | Class 8 Assamese Lesson 15 | L3A1X1 | Class 8 Assamese Read More »

সংস্কৃতি আৰু আমাৰ জীৱন | Class 8 Assamese Chapter 14 | Class 8 khongoskriti aru amar jivan| F5R9Q1

পাঠ ১৪ সংস্কৃতি আৰু আমাৰ জীৱন ১. উত্তৰ দিয়া। (ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্রয়োজন হয়? উত্তৰ: সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়। (খ) সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰ: সমাজ মানুহৰ দ্বাৰা গঠিত হয়। (গ) সংস্কৃতিৰ অন্যতম উপাদান কি? উত্তৰ: সংস্কৃতিৰ অন্যতম উপাদান হ’ল আমাৰ আচৰণ। (ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা

সংস্কৃতি আৰু আমাৰ জীৱন | Class 8 Assamese Chapter 14 | Class 8 khongoskriti aru amar jivan| F5R9Q1 Read More »

হোমি জাহাংগীৰ ভাবা | Class 8 Assamese Chapter 13 | Class 8 Assamese Lesson 13 | S4G6T3

পাঠ ১৩ হোমি জাহাংগীৰ ভাবা 📝 পাঠভিত্তিক প্ৰশ্নোত্তৰ ১। পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। (ক) টোপনি পাতল ল’ৰাজনৰ নাম কি?  উত্তৰ: টোপনি পাতল ল’ৰাজনৰ নাম আছিল হোমি জাহাংগীৰ ভাবা। (খ) ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল?  উত্তৰ: ল’ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল তেওঁৰ  তীক্ষ্ণ বুদ্ধি যাৰ বাবে তেওঁৰ চিন্তা শক্তিৰ প্ৰবাহ মগজুত

হোমি জাহাংগীৰ ভাবা | Class 8 Assamese Chapter 13 | Class 8 Assamese Lesson 13 | S4G6T3 Read More »

সুখ | Class 8 Assamese Chapter 12 | Class 8 Assamese Lesson 12 | Z9Z7U6 | Class 8 Assamese

পাঠ ১২ সুখ ৩। উত্তৰ দিয়া। (ক) সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে কি পায়? উত্তৰ: সুখ-সুখ বুলি সংসাৰত সুখ বিচাৰোঁতে মানুহে  দুখ পায়। (খ) কবিয়ে মানুহক ‘দিন কণা’ বুলি কিয় কৈছে। উত্তৰ: কবিয়ে মানুহক ‘দিন কণা’ বুলি মানুহে সুখ হাততে থাকিও  নেদেখাৰ কাৰণে কৈছে । (গ) সুখ পাবলৈ হ’লে আমি কি বলিদান দিব লাগিব

সুখ | Class 8 Assamese Chapter 12 | Class 8 Assamese Lesson 12 | Z9Z7U6 | Class 8 Assamese Read More »

অতীতক নাযাবা পাহৰি |Class 8 Assamese Chapter 11 | Class 8 Assamese Lesson 11 | C8P4X8

পাঠ ১১ অতীতক নাযাবা পাহৰি ১। পাঠভিত্তিক ক্রিয়া – উত্তৰ দিয়া। (ক) কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? উত্তৰ: মঠ-মন্দিৰ, স্তূপ আদিৰ দৰে প্ৰাচীন আপুৰুগীয়া সম্পদসমূহ, লগতে অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কর্য, লিপি, মুদ্রা, বুৰঞ্জী প্রসিদ্ধ স্থান, দলিল আদি যিবোৰ সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধর্ম, দর্শন আদিৰ বিষয়ে সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে

অতীতক নাযাবা পাহৰি |Class 8 Assamese Chapter 11 | Class 8 Assamese Lesson 11 | C8P4X8 Read More »

পৰীক্ষিতৰ ব্ৰহ্মশাপ |Class 8 Assamese Chapter 10 answer| Class 8 Assamese Lesson 10 | C6L2J2

পাঠ ১০ পৰীক্ষিতৰ ব্ৰহ্মশাপ ১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। (ক) দেখন্তঃ মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা।  প্ৰশ্নঃ মুনিয়ে চকু মুদি কি কৰি আছিল? উত্তৰঃ- মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। প্ৰশ্নঃ মুনিজনৰ নাম কি? উত্তৰঃ- মুনিজনৰ নাম শমীক মুনি। প্ৰশ্নঃ পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল? উত্তৰঃ- পিয়াহত আকুল হৈ

পৰীক্ষিতৰ ব্ৰহ্মশাপ |Class 8 Assamese Chapter 10 answer| Class 8 Assamese Lesson 10 | C6L2J2 Read More »

ভয় Class 8 | Class 8 Assamese Chapter 9 answers| Class 8 Assamese Lesson 9 Question Answer | 17S7F4ass 8 | Class 8 Assamese Chapter 9 answers| Class 8 Assamese Lesson 9 Question Answer | 17S7F4

পাঠ-৯ ভয় ১। ‘ভয়’ গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা। উত্তৰ: এই গল্পটোত ৰবীন নামৰ এজন মানুহৰ মনত সদায় থকা ভয়ৰ বিষয়ে কোৱা হৈছে। তেওঁ সদায় ভাবি থাকে যে কিবা বিপদ আহিব পাৰে, যাৰ ফলত তেওঁৰ পৰিবাৰ ৰমলা আৰু তিনিটা ল’ৰা-ছোৱালী অসহায় হ’ব। ৰমলাই তেওঁক বৰ ভয়াতুৰ বুলি কয়। কিন্তু গল্পটোৰ শেষত, যেতিয়া তেওঁলোকে মাজৰাতি

ভয় Class 8 | Class 8 Assamese Chapter 9 answers| Class 8 Assamese Lesson 9 Question Answer | 17S7F4ass 8 | Class 8 Assamese Chapter 9 answers| Class 8 Assamese Lesson 9 Question Answer | 17S7F4 Read More »

শ্ৰীশ্ৰীশংকৰদেৱ class 8 | Class 8 Assamese Chapter 8 answers | Class 8 Assamese Lesson 8 | V6H416

পাঠ-৮ শ্ৰীশ্ৰীশংকৰদেৱ ৩। উত্তৰ দিয়া। (ক) কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি কাক কৈছে? উত্তৰঃকবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি শ্রীশ্রীশংকৰদেৱক কৈছে। (খ) কবিয়ে কিহেৰে ভূমি পবিত্র কৰাৰ কথা কৈছে? উত্তৰঃকবিয়ে শংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পবিত্র কৰাৰ কথা কৈছে। (গ) কবি কাননত কি বজোৱাৰ কথা কৈছে? উত্তৰঃ কবি কাননত বীণা বজোৱাৰ কথা কৈছে। (ঘ) মৰতত কোনে কিহৰ বাতৰি আনি

শ্ৰীশ্ৰীশংকৰদেৱ class 8 | Class 8 Assamese Chapter 8 answers | Class 8 Assamese Lesson 8 | V6H416 Read More »