Class 7 Assamese Chapter 10 Question answer | সতৰ্কতাই সুৰক্ষা | C6M1D8 | class 7 assmese

পাঠঃ ১০ সতর্কতাই সুৰক্ষা ক্রিয়া-কলাপ পাঠভিত্তিক ১। তলত বাঁওফালে দিয়া শব্দবোৰৰ অৰ্থ সোঁফালে খেলিমেলিকৈ দিয়া আছে। শব্দৰ লগত অৰ্থ মিলাই লিখোঁ আহা–  উত্তৰ: শব্দ অৰ্থ ঠগ প্ৰতাৰক প্ৰতিকাৰ আপদ গুচাবলৈ কৰা উপায় হৰলুকী থিতাতে নাইকিয়া হোৱা কাৰ্য অকঁটলা ডাল-পাত নুগুচোৱা (বাঁহ আদি) শৰাধ নষ্ট; শেষ ২। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। (ক) কবিতাটোৰ বিষয়বস্তু কি?

Class 7 Assamese Chapter 10 Question answer | সতৰ্কতাই সুৰক্ষা | C6M1D8 | class 7 assmese Read More »