Class 7 Assamese Chapter 6 Question Answer | Class 7 তেজেৰে কমলাপতি | tejore komolapoti | P2G7X6
পাঠঃ৬ তেজৰে কমলাপতি (বৰগীত) ক্রিয়া-কলাপ পাঠভিত্তিক ১। খালী ঠাই পূৰ কৰি, খালী ঠাইত বহুওৱা শব্দকেইটাৰ অৰ্থ লিখা। উত্তৰ: ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ।। শতপত্র বিকশিত ভ্ৰমৰ উৰায়। ব্রজবধূ দধি মথে তুৱা গুণ গাই।। শব্দকেইটাৰ অৰ্থ ২। বৰগীতটিৰ ভাবৰ লগত সংগতি ৰাখি ‘ক’ অংশৰ লগত ‘খ’ অংশ আঁচ টানি মিলোৱা— উত্তৰ: