Class 7 Assamese Chapter 3 Question Answer | Class 7 Assamese Lesson 3 | ঐতিহ্যৰ পম খেদি | Q1P2S6
পাঠঃ ৩ ঐতিহ্যৰ পম খেদি ক্রিয়া-কলাপ পাঠভিত্তিক ১। তলত দিয়া প্রশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা- ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম্’ বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল?উত্তৰ: (ঘ) আনন্দৰাম বৰুৱা। ২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা। (ক) ‘কামৰূপ নগৰ’ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি?উত্তৰ: ‘কামৰূপ নগৰ’ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ’ল