পৰীক্ষিতৰ ব্ৰহ্মশাপ |Class 8 Assamese Chapter 10 answer| Class 8 Assamese Lesson 10 | C6L2J2
পাঠ ১০ পৰীক্ষিতৰ ব্ৰহ্মশাপ ১। তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। (ক) দেখন্তঃ মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা। প্ৰশ্নঃ মুনিয়ে চকু মুদি কি কৰি আছিল? উত্তৰঃ- মুনিয়ে চকু মুদি ধ্যান কৰি আছিল। প্ৰশ্নঃ মুনিজনৰ নাম কি? উত্তৰঃ- মুনিজনৰ নাম শমীক মুনি। প্ৰশ্নঃ পিয়াহত আকুল হৈ কোনে মুনিক পানী খুজিছিল? উত্তৰঃ- পিয়াহত আকুল হৈ