সংস্কৃতি আৰু আমাৰ জীৱন | Class 8 Assamese Chapter 14 | Class 8 khongoskriti aru amar jivan| F5R9Q1
পাঠ ১৪ সংস্কৃতি আৰু আমাৰ জীৱন ১. উত্তৰ দিয়া। (ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্রয়োজন হয়? উত্তৰ: সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন হয়। (খ) সমাজ কাৰ দ্বাৰা গঠিত হয়? উত্তৰ: সমাজ মানুহৰ দ্বাৰা গঠিত হয়। (গ) সংস্কৃতিৰ অন্যতম উপাদান কি? উত্তৰ: সংস্কৃতিৰ অন্যতম উপাদান হ’ল আমাৰ আচৰণ। (ঘ) কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বোটলা